Thursday, January 23, 2014

মোৰ সংগ্ৰহ কিতাপ

(List-I)

  1. মেৰেং-অনুৰাধা শৰ্মা পূজাৰী
  2. বিষণ্ণতা-হোমেন বৰগোহাঞি
  3. কেথেৰীনে পঢ়িব নোৱাৰা ডায়েৰীখন-জয়ন্তী চুতীয়া
  4. মোৰ স্বপ্ন-দুঃস্বপ্নৰ মেডিকেল কলেজ-ডা নীলাক্ষি চলিহা গগৈ
  5. শইচৰ পথাৰ মানুহ-হীৰেন ভট্ৰাচাৰ্য(Uncle’s old collection)
  6. ৰেড ইণ্ডিয়ানৰ দেশত-ড জয়ন্তী চুতীয়া
  7. বৰণীয় বিজ্ঞানী-শান্তনু কৌশিক বৰুৱা
  8. চিন্তাৰ বেগ কিমান-সুৰেন্দ্ৰ নাথ মেধি
  9. মই যেতিয়া ক্লান্ত হওঁ-হোমেন বৰগোহাঞি
  10. নিভৃত আলাপ-ড জয়ন্তী চুতীয়া
  11. এদিন পেৰিছৰ এটা ৰেল ষ্টেচনত-ড জয়ন্তী চুতীয়া
  12. কাম কৰাৰ আনন্দ-হোমেন বৰগোহাঞি
  13. পাটকাইৰ ইপাৰে মোৰ দেশ-চন্দনা গোস্বামী(Gifted by Parishmita Saikia)
  14. সাগৰৰ তলিয়েদি কুৰি হাজাৰ লিগ-জুল ভাৰ্ন
  15. বিন্দুৰ পৰা বিশ্বব্ৰক্ষ্মাণ্ডলৈ-ড পবিত্ৰ বৰগোহাঞি
  16. সফল জীৱনৰ চাবি-কাঠি-ডেল কাৰ্নেগী
  17. বাৰাক ওবামা-আমিনুৰ ৰহমান
  18. জীৱন যুঁজত জয়ী হওক অলৌকিকভাৱে-নেপোলিয়ন হিল
  19. তেওঁ কেনে আছে?-বন্দিতা ফুকন(prize)
  20. কোলাহল-ড ভবেন্দ্ৰ নাথ শইকীয়া
  21. অলিভাৰ টুইষ্ট-চাৰ্লছ ডিকন্স
  22. নিৰুদ্বেগ সুন্দৰ জীৱন-ডেলকানেগী
  23. আব্ৰাহাম লিংকন-ডেলকানেগী
  24. শৰীৰ আৰু হৃদয়-হোমেন বৰগোহাঞি
  25. সন্ধান-বন্দিতা ফুকন
  26. আপেক্ষিকতাবাদ তেওঁৰ বাবেই-বন্দিতা ফুকন
  27. পোহৰৰ সাধনা-হোমেন বৰগোহাঞি
  28. আত্নোন্নতি-ডেভিড জে. শ্বোৱাৰ্টজ
  29. মোক পৱিত্ৰ কৰা-ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী
  30. কিতাপ, মানুহ আৰু প্ৰকৃতিৰ সংগত-হোমেন বৰগোহাঞি
  31. বিগলিত-কৰুণা জাহ্নৱী যমুনা-শঙ্কু মহাৰাজ
  32. প্ৰথম কলম-হোমেন বৰগোহাঞি
  33. কালেৰ সংক্ষিপ্ত ইতিহাস-স্টিফেন ডব্ল-হকিং(Uncle’s old collection)
  34. দি হাউণ্ড অৱ বাস্কাৰভিলহ-ছাৰ আৰ্থাৰ কনেন ডয়েল
  35. উচ্চকাংক্ষা-হোমেন বৰগোহাঞি
  36. টম ছয়াৰ-মাৰ্ক টোৱেইন
  37. কটন কলেজ-নবীন বৰুৱা
  38. সোণালী সংখ্যা-বিপুলজ্যোতি শইকীয়া
  39. সুখী মানুহ হ’ব কেনেকৈ?-বাৰ্ট্ৰণ্ড ৰাছেল অনুবাদঃহেমন্ত কুমাৰ ভৰালী
  40. অসীমত যাৰ হেৰাল সীমা-কাঞ্চন বৰুৱা
  41. অনুৰাধাৰ দেশ-ফণীন্দ্ৰকুমাৰ দেৱচৌধুৰী
  42. মিতব্যয়িতা আৰু সঞ্চয়-গৌতম প্ৰসাদ বৰুৱা(prize)
  43. হতাশাৰ পৰা মুক্তিৰ উপায়-ড পাৰ্থ চট্ৰোপাধ্যায়
  44. নতুন যুগৰ নতুন শিক্ষা-ড মুকুন্দ ৰাজবংশী
  45. প্ৰতিপত্তি আৰু বন্ধুত্বলাভ-ডে’ল কাৰ্নেগী
  46. বিজ্ঞান সাহিত্য-অসম সাহিত্য সভা
  47. মোৰে শপত টেলিফোন নকৰিবা-প্ৰণয় ফুকন
  48. ভাল খবৰ-সৌৰভ কুমাৰ চলিহা
  49. কেনেকৈ বাস্তৱবাদী হ’ব-ড পাৰ্থ চট্ৰোপাধ্যায়
  50. কটন কলেজৰ হাজাৰ সন্ধিয়া-প্ৰণৱ কুমাৰ বৰ্মন
  51. ঈশ্বু-মণিকুন্তলা ভট্ৰাচাৰ্য
  52. পিতা-পুত্ৰ-হোমেন বৰগোহাঞি
  53. চিঠিবোৰ ঘুৰাই নুখুজিবা-প্ৰণৱ কুমাৰ বৰ্মন
  54. ধুনীয়া তিৰোতাবোৰ-নীলিম কুমাৰ
  55. পানীত ঢৌ ঢৌবোৰ মাছ-নীলিম কুমাৰ(Uncle’s old collection)
  56. জালুকবাৰীৰ ডায়েৰী অথবা শংখলীনাৰ পদ্য-প্ৰণৱ কুমাৰ বৰ্মন
  57. একোৱে যদি ক’ব নোৱাৰা ভাল পাওঁ বুলিয়ে কোৱা-প্ৰণৱ কুমাৰ বৰ্মন
  58. ৰূপৰ জোনাকেৰে-সৰ্বেশ্বৰ দত্ত
  59. অট’গ্ৰাফ-অনুৰাধা শৰ্মা পূজাৰী
  60. ৰাগ-অনুৰাগ-অনুৰাধা শৰ্মা পূজাৰী
  61. নীলিম কুমাৰৰ প্ৰেমৰ কবিতা
  62. আমাৰ আকাশত চাৰিজনী জোন-নীলিম কুমাৰৰ(Uncle’s old collection)
  63. জাক হেৰোৱা পক্ষী-ৰংবং তেৰাং
  64. ভালপোৱা-মাইনী মহন্ত
  65. মনত পৰেনে-মাইনী মহন্ত
  66. প্ৰথমজাক বৰষুণ-মাইনী মহন্ত
  67. প্ৰিয় বন্ধু তোমালৈ-মাইনী মহন্ত
  68. আকৌ লগপালে কি ক’ম তোমাক-প্ৰণৱ কুমাৰ বৰ্মন
  69. হাজাৰবাৰ ভুল কৰিও মই তোমাৰ প্ৰেমত পৰো হাজাৰবাৰ-তোমাক-প্ৰণৱ কুমাৰ বৰ্মন
  70. সাগৰিকা বৰদলৈ সমীপেষু-তোমাক-প্ৰণৱ কুমাৰ বৰ্মন
  71. কেইজনমান ভাৰতীয় বিজ্ঞানী-সম্পাদনাঃ ড মালিনী
  72. বিজ্ঞানৰ বিনন্দীয়া জগত-ড দীনেশ চন্দ্ৰ গোস্বামী
  73. সাগৰতলিৰ শঙ্খ(নীলমনি ফুকনৰ নিৰ্বাচিত কবিতা)-সম্পাদনা ড হীৰেন গোহাঁই  (Uncle’s old collection)
  74. সোণাৰী ঘাটৰ নদী-বিমান চেতিয়া
  75. সঙ্গীতৰ উতপত্তি আৰু ক্ৰমবিকাশ-লোক নাথ গোস্বামী(Uncle’s old collection)
  76. হাজাৰ চৌৰাশীৰ মা-মহাশ্বেতা দেৱী
  77. স্বপ্নৰ ৰেলগাড়ী-নীলিম কুমাৰ(Uncle’s old collection)
  78. এক গভীৰ অস্থাৰ গান(ভূপেন হাজৰিকা)-শেখৰজ্যোতি ভূঞা(Uncle’s old collection)
  79. নীল নদীৰ ইপাৰ টেমচৰ সিপাৰ-ড কুতুবুদ্দিন আহমেদ
  80. ডা বাবাচাহাব আম্বেডকাৰ-বসন্ক মূন(Prize)
  81. অভিজ্ঞান-ডা নৱকৃষ্ণ ৰাজখোৱা(prize)
  82. শ্ৰীকৃষ্ণ গীতা-জ্যোতি প্ৰকাশন
  83. REVOLUTION 2020(LOVE CORRUPTION AMBITION)- CHETAN BHAGAT (Gifted by pranjit Boruah)
  84. Amartya sen a biography-Richa Saxena
  85. অগ্নিৰ ডেউকা-ড কালাম
  86.  নিঃসঙ্গতা-হোমেন বৰগোহাঞি
  87. ৰহস্যময় বিষাদ আৰু যন্ত্ৰণা-হোমেন বৰগোহাঞি
  88.  Who Will Cry When You Dry-Robin Sharma
  89.  The Monk Who Sold His Ferrari-Robin Sharma
  90.  প্ৰজ্ঞাৰ সাধনা-হোমেন বৰগোহাঞি(Gifted by North Lakhimpur Academy Higher Secondary School)
  91.  অন্তহীন প্ৰেৰণা-হোমেন বৰগোহাঞি
  92.  শ্যেইক্সপীয়েৰৰ পৰা ডেভিচঃসৃষ্টিৰ বেদনা আৰু আনন্দ-বিজয়া দুৱৰা
  93.   তেজস্বী মন-ড কালাম

No comments:

Post a Comment

অসম সাহিত্য সভাৰ ভোটিং পদ্ধতি

অসম সাহিত্য সভাই কি ভোটিং পদ্ধতিৰ দ্বাৰা তেওঁলোকৰ প্ৰাৰ্থীসমূহ বাছনি কৰে মই নাজানো! কিন্তু তেওঁলোকৰ সভাপতি পদৰ ফলাফলৰ এখন ফটো এইকেইদিন ফেচবু...