Monday, August 24, 2020

প্লুৰালিটি ভোটিং আৰু উত্তৰ লখিমপুৰ সমষ্টি

 প্লুৰালিটি ভোটিং পদ্ধতিৰ আসোঁৱহ-  

এই পদ্ধতিৰ সহায়ত অতি সহজে ভোট ভঙা (Vote Splitting) কায্য  কৰিব পৰা যায় বা হ'ব পাৰে। সেয়েহে অতি কম সংখ্যক ভোটাৰৰ দ্বাৰা সমৰ্থিত প্ৰাৰ্থী এজনো এই পদ্ধতিৰে নিৰ্বাচনত জয়ী হব পাৰে (বা প্ৰায়ে হয়)। উদাহৰণস্বৰপে ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ উত্তৰ লখিমপুৰ সমষ্টিৰ কিছু তথ্য দেখুওৱা হৈছে যত নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীজন মাত্ৰ ৩৩.৮৮ শতাংশ ভোট লাভ কৰি জয়ী হৈছিল। বাকী ৬৬.১২ শতাংশ ভোট বিভিন্ন প্ৰাৰ্থীৰ মাজত ভাগ হৈছিল। 

প্ৰাৰ্থী

এজিপি/বিজেপি সমৰ্থিত

কংগ্ৰেছ সমৰ্থিত

স্বতন্ত্ৰ প্ৰাৰ্থী

স্বতন্ত্ৰ প্ৰাৰ্থী

স্বতন্ত্ৰ প্ৰাৰ্থী

অন্য নজন স্বতন্ত্ৰ প্ৰাৰ্থী

ভোট

৪৫,৯১৭

৪১,৭৬২

২৩,৪৯৩

১১,২৭২

,৭৫০

,৩২৪

শতকৰা

৩৩.৮৮%

৩০.৮২%

১৭.৩৪%

৮.৩২ %

৩.৫১ %

৬.১৪ %

উৎস- www.electionsinindia.com 

 

No comments:

Post a Comment

অসম সাহিত্য সভাৰ ভোটিং পদ্ধতি

অসম সাহিত্য সভাই কি ভোটিং পদ্ধতিৰ দ্বাৰা তেওঁলোকৰ প্ৰাৰ্থীসমূহ বাছনি কৰে মই নাজানো! কিন্তু তেওঁলোকৰ সভাপতি পদৰ ফলাফলৰ এখন ফটো এইকেইদিন ফেচবু...